অসমীয়া কবিতা :http://assamesepoetry.0fees.net/








কবিতা বিচাৰি আহ্বান


published by b2pans on Mon,
06/20/2011 - 00:57 



এইটো ৱেব-চাইটত প্রকাশ কৰিবলৈ আপোনালোক আটাইৰে পৰা কবিতা বিচাৰি
আবেদন জনোৱা হ'ল। কবিতা
পঠিওৱাৰ বাবে অনুগ্রহ কৰি অসমীয়া ভাষাত লিখা আপোনাৰ নিজৰ অথবা অইন কোনো প্রতিষ্ঠিত 
কবিৰ অসমীয়া কবিতা অথবা অসমীয়া ভাষাত
অনুদিত যিকোনো কবিতা পঠিয়াই দিয়ক [email protected]
এই
ঠিকনাত। অসমীয়া কবিতাৰ উপৰিও এইটো ৱেব-চাইটত সাহিত্য সম্পর্কীয় অইন লেখা প্রকাশৰো 
ব্যৱস্হা থাকিব। মন কৰিব যে সীমিত ৱেব-স্পেচ(Web-Space)ৰ বাবে এই ৱেব-চাইটত প্রকাশ 
কৰিবলৈ কোনো ধৰণৰ Image ব্যৱহাৰ
কৰা নহ'ব। আশাকৰো আটায়ে
সহয়োগিতা অগবঢ়াব।


ধন্যবাদেৰে-
বিতোপন
দাস।





অসমীয়া কবিতা :http://assamesepoetry.0fees.net/
------------------------------------------------------------------------------


সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান 
পাৰি ৰাইজৰ মাজত বিলাব লাগে।  ----  বুলজিৎ বুঢ়াগোহাঁই
_______________________________________________
assam mailing list
[email protected]
http://assamnet.org/mailman/listinfo/assam_assamnet.org

Reply via email to