আজি নামৰূপ মহাবিদ্যালয়ত সফলতাৰে অসমীয়া ইউনিকোড প্রশিক্ষণ কর্মশালা হৈ গ'ল।
১০.৩০ বজাত আৰম্ভ হই ১.৩০ বজালৈকে চলি থাকিল।'শব্দ' সহযোগত নামৰূপ মহাবিদ্যালয়ে
এই কর্মশালা আয়োজন কৰিছিল। মূল উদ্যোক্তা শব্দ সংঘৰ সদস্য নিবেদিতা ফুকন আৰু
তেওঁৰ স্বামী ত্রৈলোক্য বৰৰগোহাঁই বুলিহে ক'ব লাগিব। অধ্যক্ষ ডাঙৰীইয়াই স্বাগত
ভাষণ দিয়াৰ পাছত কর্মশালাত মূল সমল ব্যক্তি হিচাপে অভিজিত কলিতা, শুভদীপ পাল
আৰু মই  বক্তব্য আগ বঢ়ালো। অভিজিত কলিতাই শব্দ কী বোর্ড আৰু উনিকোডৰ বিষয়ে ক'লে
, মই অভ্র আৰু ব্লগ/ চাইট নির্মাণ সম্পর্কে। শুভদীপ পালে
প্রমূখ<http://www.vishalon.net/Download.aspx>--
ছফটৱাৰ সম্পর্কে ক'লে। পঞ্চাছজনৰ ওপৰত অংশ গ্রহণ কাৰী আছিল। ছাত্র-শিক্ষকৰ
ওপৰীও অন্যান্য শিল্প প্রতিষ্ঠান সমূহৰ কর্মচাৰী আৰু আগ্রহী ৰাইজ উপস্থিত
আছিল।  নেট সংযোগৰ ধীৰগতিৰ বাবে ভালকৈ সকলো কথা দেখুৱাব নোৱাৰিলেও 'শব্দ'ত
সদস্য হিচাপে যোগ দিয়া আৰু অবদান আগ বঢ়োৱৰ সম্পর্কে মই আৰু শ্রীযুত কলিতা দেৱে
কৰি দেখুৱাব পাৰিলে। ৰাইজৰ প্রতিক্রিয়া উৎসাহ ব্যঞ্জক দেখা পালোঁ।  মই অসমীয়া
লিপি বিতর্ক আৰু শব্দৰ অৱস্থান  সম্পর্কেও অলপ কৰো। অনুৰোধ জনালো বাতৰি কাকতৰ
বিভ্রান্তিকৰ প্রচাৰত যাতে কোনেও বিভ্রান্ত নহয়।
Sushanta Kar
সুশান্ত কর
তিনসুকিয়া, আসাম

আমার ব্লগগুলি:
http://sushantakar40.blogspot.com
http://ishankonerkahini.blogspot.com
http://ishankonerkotha.blogspot.com
আমার সম্পাদিত 'প্রজ্ঞান'
http://pragyan06now.blogspot.com
http://sites.google.com/site/pragyan06now
পূর্বোত্তরের বাংলা প্রকাশনার সংগ্রহঃ
http://kathernouko.blogspot.com/

আমি পূর্বোত্তরের গৌরব এই অভিধানেও কাজ করি:
http://www.xobdo.org/

"স্বাজাত্যের অহমিকার থেকে মুক্তি দানের শিক্ষাই, আজকের দিনের প্রধান শিক্ষা"
রবীন্দ্রনাথ
_______________________________________________
assam mailing list
[email protected]
http://assamnet.org/mailman/listinfo/assam_assamnet.org

Reply via email to