---------- Forwarded message ---------- From: Pragyan <[email protected]> Date: 2011/10/9 Subject: Pragyan To: [email protected]
** Pragyan <http://pragyan06now.blogspot.com/> <http://fusion.google.com/add?source=atgs&feedurl=http://feeds.feedburner.com/blogspot/imuL> ------------------------------ তিনিচুকীয়া মহাবিদ্যালয়ৰ ৰসায়ন বিভাগে আয়োজন কৰিছে “ চাবোন আৰু অপমার্জকৰ ৰসায়ন”--শীর্ষক বক্তৃতা<http://feedproxy.google.com/%7Er/blogspot/imuL/%7E3/IHxHnKNVT_E/blog-post_08.html?utm_source=feedburner&utm_medium=email> Posted: 08 Oct 2011 09:42 PM PDT <http://1.bp.blogspot.com/-ah4S3MTmA6I/TpCUrQJkKrI/AAAAAAAAEaM/xxC27nTpBRI/s1600/400px-Marie_Curie_c1920.jpg> ৰসায়নৰ বিজ্ঞানৰ সফলতা আৰু মানৱজীৱনলৈ ৰসায়নৰ অৱদানৰ ওপৰত গুৰুত্ব ৰাখি আন্তর্জাতিক বিশুদ্ধ আৰু প্রায়োগিক ৰসায়ন সংস্থা (IUPAC)<http://www.iupac.org/>আৰু ইউনেস্ক’ৰ (UNESCO) <http://www.unesco.org/new/en/unesco/>ৰ যুটীয়া নেতৃত্বত ২০১১ বর্ষটো আন্তর্জাতিক ৰসায়ন বর্ষ হিচাপে <http://www.chemistry2011.org/> গোটেই বিশ্বতে পালন কৰি অহা হৈছে। উঠি অহা ছাত্রছাত্রীক ৰসায়নৰ প্রতি আগ্রহান্বিত কৰা , ৰসায়ন বিজ্ঞানৰ সৃজনাত্মক ভৱিষ্যতৰ প্রতি অনুৰাগ সৃষ্টি কৰাৰ লগতে ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা বিজয়ী মেৰী কুৰী <http://en.wikipedia.org/wiki/File:Marie_Curie_c1920.png>আৰু আন মহিলা বিজ্ঞানী সকলে ৰসায়ন বিজ্ঞানলৈ আগ বঢ়োয়া অৱদান সমূহক স্বীকৃতি প্রদান কৰাটোৱেই এই বর্ষ উদযাপনৰ মুখ্য উদ্দেশ্য। উল্লেখযোগ্য যে ৰেডিয়ামৰ আবিস্কাৰক মেদাম কুৰীয়ে ৰসায়ন বিজ্ঞানত ন’বেল বঁটা লাভ কৰা আৰু আই. ইউ. পি.এ. চি (IUPAC) সংস্থা প্রতিষ্ঠাৰ শতবর্ষ পূর্ণ হৈছে ২০১১ বর্ষতে। এই বিশেষ বর্ষৰ লগত সঙ্গতি ৰাখি তিনিচুকীয়া মহাবিদ্যালয়ৰ <http://tinsukiacollege.org/>ৰসায়ন বিভাগৰ এলানি বর্ষজোৰা কার্য্যসূচী পালন কৰি আহিছে। জনপ্রিয় বিজ্ঞান নিৱন্ধকাৰ; তেজপুৰৰ বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ অৱসৰ প্রাপ্ত মূৰব্বী অধ্যাপক শ্রীযুত ক্ষীৰধৰ বৰুৱাদেৱৰ “ৰসায়নঃ আমাৰ জীৱন আৰু ভবিষ্যত” সম্পর্কীয় বক্তৃতা প্রদানেৰে ২০১১ চনৰ ২৩ মার্চত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই কার্য্যসূচীৰ অংশ হিচাপে বিভাগে কলেজ প্রাঙ্গণত অহা ১৪-১০-১১ তাৰিখে (শুক্রবাৰ), দিনৰ ১২ বজাত এক মুকলি কুইজ প্রতিযোগিতা আৰু ১৫-১০-১১ তাৰিখে(শনিবাৰ), দিনৰ ১০.৩০ বজাত জনপ্রিয় বিজ্ঞান সম্পর্কীয় এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছে । এই বক্তৃতা প্রদান কৰিব দৰং মহবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ পলাশমনি শইকীয়াদেৱে। তেখেতৰ বক্তৃতাৰ বিষয় হৈছে-“ চাবোন আৰু অপমার্জকৰ ৰসায়ন” মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ মূৰব্বী অধ্যাপিকা মণিকা দেৱীয়ে কলেজ প্রাঙ্গণত অনুষ্ঠিত হ’ব লগা দুয়োটা অনুষ্ঠানলৈ সকলো সদাশয় ব্যক্তি, অনুষ্ঠান , প্রতিষ্ঠান, ছাত্র-ছাত্রী আৰু ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। বিঃদ্রঃ আৰু কিছু অনুষ্ঠানৰ বাবে ইয়াত চাওক।<http://pragyan06now.blogspot.com/2011/10/international-year-of-chemistry-2011.html> You are subscribed to email updates from Pragyan<http://pragyan06now.blogspot.com/> To stop receiving these emails, you may unsubscribe now<http://feedburner.google.com/fb/a/mailunsubscribe?k=ESBxQw0l3evCDHJ8Sw-iKwOH9bA> . Email delivery powered by Google Google Inc., 20 West Kinzie, Chicago IL USA 60610 -- Sushanta Kar সুশান্ত কর তিনসুকিয়া, আসাম আমার ব্লগগুলি: http://sushantakar40.blogspot.com http://ishankonerkahini.blogspot.com http://ishankonerkotha.blogspot.com আমার সম্পাদিত 'প্রজ্ঞান' http://pragyan06now.blogspot.com http://sites.google.com/site/pragyan06now "স্বাজাত্যের অহমিকার থেকে মুক্তি দানের শিক্ষাই, আজকের দিনের প্রধান শিক্ষা" রবীন্দ্রনাথ _______________________________________________ assam mailing list [email protected] http://assamnet.org/mailman/listinfo/assam_assamnet.org
