Hello, Appen Butler Hill (www.appenbutlerhill.com<http://www.appenbutlerhill.com>) is in immediate need of people who can work part-time doing transcription of Assamese speech. The work can be done from any location using your home computer. If people have any questions, please feel free to contact me directly at [email protected]<mailto:[email protected]>.
For detailed job information, including how to apply, please click on the following link: http://tbe.taleo.net/NA5/ats/careers/requisition.jsp?org=BUTLERHILL&cws=4&rid=297 অসমীয়া আৰু বেঙ্গলী ভাষাৰ ৱেবচাইট ভিত্তিক শ্রব্য পাঠান্তৰণৰ কাম পাঠান্তৰণৰ কামৰ কাৰণে স্হানীয় অসমীয়া আৰু বেঙ্গলী মাতৃভাষাৰ লোক বিচৰা হৈছে কাম ঘৰৰ পৰা কৰিব পাৰিব , মাথো প্রয়োজন এটি নির্ভৰযোগ্য ইন্টাৰনেট ব্যৱস্হাৰ । কাম আৰম্ভ কৰিবৰ কাৰণে কোনো আর্থিক বিনিয়োগৰ প্রয়োজন নাই । কেৱল আমাৰ ৱেবচাইটত থকা ভাষা পৰীক্ষাত প্রয়োজনীয় দক্ষতা দেখাব পাৰিব লাগিব । প্রয়োজনীয় অর্হতা : ১) ব্যক্তিজনৰ মাতৃভাষা অসমীয়া বা বেঙ্গলী হ'ব লাগিব ২) ব্যক্তিজনৰ অসমীয়া /বেঙ্গলী শব্দ লিপি টাইপ কৰাৰ অভিজ্ঞতা থাকিব লাগিব ৩) অসমীয়া আৰু বেঙ্গলী ভাষাৰ ব্যাকৰণ আৰু শব্দ গাঠনিৰ সঠিক জ্ঞান থকাৰ প্রয়োজন ৪)শিক্ষাগত অর্হতা: কমেও উচ্চতৰ মাধ্যমিক পৰীক্ষাত উর্ত্তীণ হ'ব লাগিব ৫) অসমীয়া বা বেঙ্গলী লিপি ব্যবহাৰৰ সময়ত অহা যিকোনো সমস্যা নিজে সমাধান কৰিব পাৰিব লাগিব(প্রযোজনীয ছফটৱেৰ ডাউনলোড আৰু ব্যৱহাৰ কৰাৰ নির্দেশনা যোগান ধৰা হ'ব) ৬) ব্যক্তিজনে দৈনন্দিন জীৱনত কথিত অাৰু লিখিত ৰূপত অসমীয়া বা বেঙ্গলী ভাষাৰ যথাযথ ব্যৱহাৰ কৰি থকা হ'ব লাগিব আবেদন কৰিবৰ কাৰণে তলত উল্লেখ কৰা ৱেবচাইটৰ পঞ্জীয়ন পৃষ্ঠাত গৈ নামভর্তি কৰক http://appenonline.appen.com.au/register তাৰ পাছত ৱেবচাইটৰ "Qualifications" ভাগত যাওঁক আৰু অসমীয়া /বেঙ্গলী ভাষাৰ আখৰ-জোঁটনি পৰীক্ষাৰ বাবে থকা নির্দেশনা চাওঁক আমি অতি উচ্চমানৰ কথন আৰু ভাষা শৈলীৰ প্ৰয়োগবিদ্যাৰ ওপৰত কাম কৰো, যি সাধাৰণতে গাড়ীৰ নেভিগেচন ব্যৱস্হা (car navigation systems), মোবাইল ফোন, নির্দেশিকা সহায়ক (directory assistance), বক্তা চিনাক্তকৰণ আহিলা(speaker verification tools), হস্তমুক্ত যান্ত্রিক অনুবাদন আহিলা (hand-held machine translation devices) আদিৰ দৰে অত্যাধুনিক ব্যৱস্হাত ব্যৱহাৰ কৰা হয় । আমাৰ কোম্পানীত পৃথিৱীৰ বিভিন্ন প্রান্তৰ ভাষাবিদ, তথ্য-প্রযুক্তি বিশেষজ্ঞ আৰু প্রকল্প প্রবন্ধকে শতাধিক ভাষাৰ ওপৰত কাম কৰি আছে। আমি ইতিমধ্যে পৃথিৱীৰ বহুতো আগশাৰীৰ কোম্পানীৰ কাৰণে উচ্চ মানৰ সেৱা আগবঢ়াবলৈ সক্ষম হৈছো । Again, please do not hesitate to contact me if you have any questions. Thank you. Best regards, Donald Woodward Program Sourcing Coordinator Appen Butler Hill [email protected]<mailto:[email protected]> [Description: Appen Butler Hill]
<<inline: image001.png>>
_______________________________________________ assam mailing list [email protected] http://assamnet.org/mailman/listinfo/assam_assamnet.org
