বাৰ ওঠৰ: কিশোৰৰ অগ্ৰণী মাহেকীয়া আলোচনী

‘১২ ১৮’ কিশোৰৰ উপযোগী এখন অগ্ৰণী অসমীয়া মাহেকীয়া আলোচনী।

    মুখ্য সম্পাদক – ডঃ জয়ন্ত বিশ্ব শৰ্মা (অবৈতনিক)
    সম্পাদক – শ্ৰী কুন্তলমণি শৰ্মা বৰদলৈ (অবৈতনিক)
    কাৰ্যবাহী সম্পাদক – শ্ৰী জ্যোতি খাতনিয়াৰ
    ডঃ হিতেশ ডেকা (উপদেষ্টা, অবৈতনিক)
    ডঃ জয়ন্ত  দাস (উপদেষ্টা, অবৈতনিক)
    শ্ৰী অঞ্জন শৰ্মা  (উপদেষ্টা, অবৈতনিক)
    শ্ৰীহৃষিকেষ গোস্বামী (উপদেষ্টা, অবৈতনিক)
    শ্ৰী বীৰেণ সিংহ (ভিতৰৰ শিল্প কৰ্ম)

প্ৰকাশকঃ সৰস্বতি প্ৰিণ্টাৰ্চ এণ্ড পাব্লিচাৰ্চ প্ৰাঃ লিঃ, পশ্চিম বৰাগাঁও (৩৭ নং 
ৰাষ্ট্ৰীয় ঘাইপথ), গুৱাহাটী-৭৮১০৩৩

ফোনঃ ৮৪০৪০ ২৬৯২০, ইমেইলঃ [email protected]
http://1218.in/

------------------------------------------------------------------------------
সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান 
পাৰি ৰাইজৰ মাজত বিলাব লাগে।
                            ----  বুলজিৎ বুঢ়াগোহাঁই

_______________________________________________
assam mailing list
[email protected]
http://assamnet.org/mailman/listinfo/assam_assamnet.org

Reply via email to