Aaina Jibonor : : আইনা জীৱনৰ

''আইনা জীৱনৰ'' প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট্ লিমিটেডৰ দ্বাৰা প্ৰকাশিত 
জীৱন শৈলী বিষয়ক অসমীয়া মাহেকীয়া আলোচনী। মননশীল জীৱনৰ প্ৰায় সকলো বিষয় সামৰি 
সামগ্ৰিক প্ৰাত্যহিক জীৱনৰ সমস্ত ৰেহ-ৰূপক একেলগে অনুভৱশীল জীৱনপ্ৰেমী প্ৰতিগৰাকী 
ব্যক্তিৰ অৱশ্যেই পঠনীয় এই আলোচনীখনিয়ে সামৰি লৈছে জীৱন শৈলী বিষয়ক প্ৰায় কুৰিটা 
শিতান । সেয়েহে জীৱনক জীৱনৰ ভিতৰতে জুকিয়াই চাবলৈ আমাক প্ৰয়োজন হোৱা স্বচ্ছ 
দাপোণখনেই হব ''আইনা জীৱনৰ''। প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট্ লিমিটেডৰ 
অধ্যক্ষ তথা পৰিচালনা সঞ্চালিকা শ্ৰীমতী ৰিণিকি ভূঞা শৰ্মাৰ মূখ্য পৃষ্ঠপোষকতাত 
প্ৰকাশিত ''আইনা জীৱনৰ'' সম্পাদনা কৰিছে পাৰ্থ সাৰথি মহন্ত দেৱে।

http://aainajibonor.com/

E-mail : : [email protected]

Facebook  : https://www.facebook.com/Ainajibonor/

https://www.youtube.com/watch?v=wuzeSLDhtjE
------------------------------------------------------------------------------ 

সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান 
পাৰি ৰাইজৰ মাজত বিলাব লাগে।   ----  বুলজিৎ বুঢ়াগোহাঁই
_______________________________________________
Assam mailing list
[email protected]
http://lists.assamnet.org/listinfo.cgi/assam-assamnet.org

Reply via email to