Interview with Dr. Arabinda Rajkhowa

ড° অৰবিন্দ ৰাজখোৱা। সাহিত্যৰ প্ৰতিটো দিশতেই হাত ফুৰোৱা এগৰাকী সাহিত্যিক। 
সাহিত্যৰ ক্ষেত্ৰখনত নতুন চিন্তাৰ বীজ ৰোপণ কৰি নতুন চামক উদ্বুদ্ধ কৰা এটি নাম ড° 
অৰবিন্দ ৰাজখোৱা। এটা সময়ত বহুতেই সশস্ত্ৰ সংগ্ৰামী অৰবিন্দ ৰাজখোৱা বুলি ভুলো 
কৰিছিল।নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক এইগৰাকী সাহিত্যিক ড° অৰবিন্দ 
ৰাজখোৱাৰ সৈতে হোৱা এটি এক্সক্লুচিভ সাক্ষাৎকাৰ ৰেডিঅ' জ্ঞানমালিনীৰ।  

Part 1 :https://www.youtube.com/watch?v=EoGZD50apOY&t=18s  

  Part 2 :  
https://www.youtube.com/watch?v=z-Q7gvCd1Oo  

------------------------------------------------------------------------------ 
সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান 
পাৰি ৰাইজৰ মাজত বিলাব লাগে। ---- বুলজিৎ বুঢ়াগোহাঁই
_______________________________________________
Assam mailing list
Assam@lists.assamnet.org
http://lists.assamnet.org/listinfo.cgi/assam-assamnet.org

Reply via email to