Cinekatha.com (চিনেকথা.com) is live now in Assamese.

অৱশেষত সাজু হৈ উঠিল চিনেপ্ৰেমীসকলৰ বাবে চিনেমা-ৱেব ছিৰিজ বিষয়ক বিভিন্ন কথাৰে 
অসমীয়া ভাষাৰ চিনে পৰ্টেল 'চিনেকথা ডট কম' ( www.cinekatha.com ) এনাজৰী ৱেব 
প্ৰকল্পৰ নৱতম সংযোজন হিচাপে এই পৰ্টেলটি আজিৰ পৰা প্ৰত্যেকজন চিনেপ্ৰেমীলৈ 
আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হৈছে ৷ অসমীয়া ভাষাত চিনেমা বিষয়ক সমলৰ ডিজিটেল 
সংৰক্ষণকে মূল উদ্দেশ্য কৰি অসম-ভাৰত তথা বিশ্বৰ বিভিন্ন চিনেমা-বেৱ ছিৰিজৰ তথ্য 
আৰু পৰ্যালোচনা, চিনে জগতৰ বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ লোকৰ লেখা-সাক্ষাৎকাৰ আৰু 
বহুতো ন ন উপাদানেৰে সমৃদ্ধ হ'ব 'চিনেকথা' ৷

ফেচবুক : facebook.com/cinekathadotcom

ইনষ্টাগ্ৰাম: instagram.com/cinekathadotcom

টুইটাৰ: twitter.com/cinekathadotcom

ইমেইল: [email protected]

------------------------------------------------------------------------------ 
সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান 
পাৰি ৰাইজৰ মাজত বিলাব লাগে। ---- বুলজিৎ বুঢ়াগোহাঁই
_______________________________________________
Assam mailing list
[email protected]
http://lists.assamnet.org/listinfo.cgi/assam-assamnet.org

Reply via email to