অসম জাতীয় আদৰ্শ শিক্ষা সংসদ (http://shikshasansad.org) :

Asom Jatiya Shiksha Sansad is an independent trust under the auspices of Asom 
Sahitya Sabha. Spread of quality children education in mother tongue is its 
primary objective.


জাতীয় আদৰ্শ শিক্ষা সংসদ অসম সাহিত্য সভাৰ পৃষ্ঠপোষকতাত গঠিত এক স্বতন্ত্ৰ ন্যাস। 
মাতৃভাষাত শিশু শিক্ষাৰ সম্প্ৰসাৰণ ন্যাসৰ প্ৰাথমিক উদ্দেশ্য।

ন্যাসৰক্ষী :

ডঃ পৰমানন্দ ৰাজবংশী (অধ্যক্ষ)
ডঃ জয়ন্ত বিশ্ব শৰ্মা (উপাধ্যক্ষ)
পদুম ৰাজখোৱা (উপাধ্যক্ষ)
ৰাণা বশিষ্ঠ (সচিব)
নিমাই দাস (কোষাধ্যক্ষ)
ডঃ কুলধৰ শকীয়া, সভাপতি, অসম সাহিত্য সভা, ২০২০-২২ বৰ্ষ (পদেন সদস্য)
যাদৱ শৰ্মা, প্ৰধান সম্পাদক, অসম সাহিত্য সভা, ২০২০-২২ বৰ্ষ (পদেন সদস্য)


যোগাযোগ :

অসম সাহিত্য সভাৰ জাতীয় আদৰ্শ শিক্ষা সংসদৰ অধীনত অসমীয়া মাধ্যমত বিশ্বৰ উন্নত 
মানৰ শিক্ষা পদ্ধতিৰ আৰ্হিৰে প্ৰাক- প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ শ্ৰেণী পৰ্যায়লৈ 
ছাত্ৰ- ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ উদ্দেশ্যে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত কেইবাখনো 
বিদ্যালয় স্থাপন কৰা হৈছে । আগন্তুক ২০২১ শিক্ষা বৰ্ষত সংসদে অধিক বিদ্যালয় 
স্থাপনৰ লক্ষ্য স্থিৰ কৰি বিদ্যালয় স্থাপনৰ বাবে ইচ্ছুক সদাশয় 
ব্যক্তি,অনুষ্ঠান-প্ৰতিষ্ঠানবোৰক আবেদন কৰিবলৈ অথবা শিক্ষা সংসদৰ সঞ্চালক ৰাণা 
বশিষ্ঠৰ ভ্ৰাম্যভাষ নম্বৰ ৯৮৫৪০৫৫৬৪৭ ত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ।


http://shikshasansad.org/


https://dainikjanambhumi.co.in/11082020/details.php?date=14-05-2014&page=3-10&article=17.jpg&cid=28664

------------------------------------------------------------------------------ 
সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান 
পাৰি ৰাইজৰ মাজত বিলাব লাগে। ---- বুলজিৎ বুঢ়াগোহাঁই

Reply via email to