প্ৰিয় ৱিকি সতীৰ্থ,

অহা ২৮ জানুৱাৰী, দেওবাৰে নতুন বছৰৰ প্ৰথমখন অনলাইন ৱিকিসভাত আপোনালোক সকলোকে
লগ পাম বুলি আশা কৰিছোঁ। এইমাহৰ বিশেষ আকৰ্ষণ:

   - শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰসাৰৰ বাবে চেণ্টাৰ ফৰ ইণ্টাৰনেট এণ্ড ছ'ছাইটিয়ে
   আগবঢ়োৱা অনুদান আৰু আবেদন প্ৰক্ৰিয়া সম্পৰ্কে জনাব মেডিনী চুব্বুয়ে।
   - ৱিকি আড্ডা- য'ত যিকোনো সদস্যই ইচ্ছা বা আগ্ৰহ অনুসৰি ভাগ ল'ব পাৰিব।
   - এইবাৰ নিমন্ত্ৰিত অতিথি অঞ্জল বৰাই অসমীয়া ৱিকিৰ আদিকথা আৰু অভিজ্ঞতাৰ
   বিষয়ে বক্তব্য আগবঢ়াব।

এই সভাৰ বিষয়ে অধিক জানিবলৈ এই লিংক
<https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%85%E0%A6%A8%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A8_%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A6%AD%E0%A6%BE/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%AA>ত
ক্লিক কৰক। সভাৰ সময় আৰু যোগ দিয়াৰ লিংক-

   - *২৮-০১-২০২৪, দেওবাৰ*
   - সময়ঃ নিশা ০৮:০০-৯:০০ (ভাৰতীয় সময়)/ পুৱা ৮:৩০-৯:৩০ (কানাডাৰ
   মাউণ্টেইন সময়) /পুৱা ৯:৩০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)


   - মাধ্যমঃ জুম
   - লিংকঃ https://tarleton.zoom.us/j/3885878610


ধন্যবাদ,
জলি ৰুমী
অসমীয়া ৱিকিমিডিয়া সমাজ

Dear fellow wikimedians,

I hope to see you all at the first online Wiki meet of the New Year on
Sunday, January 28th. This month's highlights:

   - Medini Subbu will explain the grant opportunities and application
   process offered by the Center for Internet and Society for the promotion of
   wiki projects at educational institutions.
   - The very first edition of Wiki adda - where any member can participate
   according to their wishes or interests.
   - Guest speaker Anjal Bora will shed light on the early years of
   Assamese wikipedia and his experience so far.

More details on this meeting is available here
<https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%85%E0%A6%A8%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A8_%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%B8%E0%A6%AD%E0%A6%BE/%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%AA>
.

*Meeting times and links to join:*

   - Date: 28-01-2024, Sunday
   - Time: 08:00-9:00 pm (Indian time)/ 8:30am-9:30am (Canadian Mountain
   Time)/ 9:30am-10:30am (US Central Time)
   - Link: https://tarleton.zoom.us/j/3885878610


Looking forward,

Regards,
Joli Rumi
Assamese Wikimedia community
_______________________________________________
Wikipedia-AS mailing list -- [email protected]
To unsubscribe send an email to [email protected]

Reply via email to