Rongmon ৰংমন (http://rongmon.com/) : Information on herbal medicines, science 
education, culture,
entertainment and literature in Assamese language.
অসমীয়া ভাষাত স্বাস্থ্য, প্ৰযুক্তিবিদ্যা, কলা, সাহিত্য আৰু ৰং-ধেমালিৰ ৱেবছাইট :

স্বাস্থ্য :

পেটৰ ৰোগ
পেটচলা - Diarrhoea
অম্লশূল - Acidity
অৰুচি - Loss of appetite
অজীৰ্ণ - Apesia
উপাঙ্গ প্ৰদাস - Appendicitis
কৃমি - Thread Worm
কেঁচুমূৰীয়া - Piles
কুষ্ঠকাঠিন্য - Constipation
গ্ৰহণী - Dysentery
জলোদৰ - Ascites
পাকস্থলীৰ ঘা - Gastric Ulcer
পেট কামোৰণী - Abdominal Gripes
প্লীহা বা পিলাই বৃদ্ধি - Enlarged Spleen
বমি - Vomiting
বায়ুৰোগ - Flatulence
ভগন্দৰ - Fistulainano
যকৃত ৰোগ - Liver Disease
হাইজা - Cholera
সাৰ বেমাৰ - Jaundice
ছালৰ ৰোগ
এলাৰ্জী - Alargi
ওকণি - Pediculosis
এন্দুৰীয়া - Carbuncle
কুষ্ঠ ৰোগ - Leprosy
খৰ - Ringworm
খজুৱতী - Scabies
গা ফটা বা ছাল ফটা
গাৰ ছাল সোতোৰা পৰা
গোধ ৰোগ বা শ্লীপদ ৰোগ - Elephantiasis
ঘামচি - Prickly Heats
দুষ্টবৰ্ণ - Septic Ulcer
ফোঁহা - Abscess
বেচু - Eczema
তেজৰ ৰোগ
তেজৰ ৰোগ
ৰক্তহীনতা - Anaemia
ৰক্ত বিকাৰ - Blood Poisoning
বাতৰক্ত
বুকুৰ ৰোগ
উচ্চ ৰক্তচাপ (High Pressure)
নিম্ন ৰক্তচাপ - Low Pressure
হৃদৰোগ
শ্বাস প্ৰণালীৰ ৰোগ
কাহ - Cough
নিউমোনীয়া - Pneumonia
ব্ৰঙ্কাইটিচ - Bronchitis
লেং কাহ
হাঁইফাঁই বা হাঁপনি
ৰাজ-হাড় আৰু স্নায়ু ৰোগ
একাঙ্গী ৰোগ
উন্মাদ ৰোগ
কঁকালৰ বিষ
মৃগীৰোগ
মূৰ্চ্চাৰোগ
স্নায়বিক দুৰ্বলতা
স্মৃতিশক্তি হ্ৰাস
অন্যান্য
হেঁকেটি - Hiccough
মূৰ, চুলি, চকু, কাণ, নাক, মুখ, ডিঙিৰ ৰোগ
আকালতে চুলি পকা
এৱাঁভঙা
কৰ্মমূল বা পিঠাখোৱা
কাণ পকা
কুকুৰী কণা
চকুৰ ৰোগ
চুলি সৰা
জিভাত ঘা
দাঁত পোকে খোৱা
দাঁতৰ বিষ
দাংত লৰা
দাঁতৰ গুৰিয়েদি তেজ ওলোৱা
দাঁতৰ আলু উখহা
টনচিল
টকৌৱে খোৱা
মূৰ কামোৰণী
মূৰ কামোৰণী
মুখৰ ভিতৰত ছালচিগা বা ঘা লগা
মাতভঙা বা স্বৰভঙ্গ
সংক্ৰামক ৰোগ
ইনফ্লুয়েঞ্জা
জলাতঙ্ক ৰোগ
ধনুষ্টঙ্গাৰ
পানীলগা
বসন্ত ৰোগ
যক্ষ্মা ৰোগ
সৰু আই
বিভিন্ন জ্বব
পাল জ্বৰ
মোলেৰীয়া
সান্নিপাত জ্বৰ
সুতিকা জ্বৰ
স্ত্ৰী-ৰোগ
ঋতুস্ৰাৱ অনিয়মীয়া - Irregular Menstruation
কষ্টকৰ ঋতু বা বাধক বেদনা - Dysmenorrhoea
কন্যাকাল নোহোৱা - Delayed Puberty
গৰ্ভপাত - Abortion
প্ৰসৱ ৰোগো - Parturition Disease
বন্ধ্যাত্ব বা বাঁজী - Sterility
ৰক্তস্ৰাৱ -Haemorrahage
শ্বত প্ৰদৰ - Leucorrhoea
স্তনৰ ৰোগ - Breast Disease
শিশুৰ ৰোগ
ঘোমোৰুকীয়া - Asthma in Child
পঁয়া লগা - Rickets
শিশুৰ প্ৰস্ৰাৱ বন্ধ
প্ৰস্ৰাৱ হোৱা ( টোপনিত )
শিশুৰ নাড়ী পকা
শিশুৰ শৌচ বন্ধ হৈ গ'লে
শিশুৰ দাঁত গজাৰ সময়ত ঘনাই শৌচ হ'লে
শিশুৰ সৰু আইৰ দোষ থাকিলে
খোনা - Stammering
ঘোঁৰা শলখা (ডিপথেৰিয়া) - Dyptheria
শিশুৰ গাখীৰ চন্দিওৱা ৰোগ
শিশুৰ জ্বৰ মূৰত উঠিলে
মুখেৰে লালতি ওলাই থাকিলে
শিশুৰ শৌচ বমি
শিশুৰ পেটৰ বিষ
শিশুৰ কাণ পকা
শিশুৰ শৌচ ক'লা হ'লে
শিশুৰ পেটত গৰম সোমালে বা অৰ্জীণতাৰ কাৰণে ভোক নালাগিলে
কেঁচুৱাৰসহজে দাঁত ওলাবলৈ হ'লে
শিশুৰ পেট ফুলা

 Rongmon ৰংমন (http://rongmon.com/)

 
------------------------------------------------------------------------------
সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান 
পাৰি ৰাইজৰ মাজত বিলাব লাগে।
----  বুলজিৎ বুঢ়াগোহাঁই

-- 
-- 
আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে৷ এই 
দললৈ চিঠি পঠিয়াবলৈ [email protected] লৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা বাহিৰ 
হবলৈ [email protected] লৈ ই-পত্ৰ প্ৰেৰণ কৰক৷ অন্য বিষয়ে দলৰ 
আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷

--- 
You received this message because you are subscribed to the Google Groups "শব্দ 
সংঘ - XOBDO" group.
To unsubscribe from this group and stop receiving emails from it, send an email 
to [email protected].
For more options, visit https://groups.google.com/d/optout.

Reply via email to