The website address of "Asomiya Maya"  : http://www.asomiyamaya.com


'মায়া'ৰ বিষয়ে :
১৯৯৯ চনৰ পৰা প্ৰকাশ পাই অহা 'অসমীয়া মায়া' এখন বিনোদনধৰ্মী আলোচনী। সম্প্ৰতি 
গৌৰৱোজ্জ্বল ১৮ বছৰত ভৰি দিয়া 'মায়া' ৰ প্ৰতিস্থাপক মুখ্য সম্পাদক পবিত্ৰ 
মাৰ্ঘেৰিটা। বৰ্তমান ৰবচন বৰুৱা আৰু বিতোপন বৰাৰ সম্পাদনাত প্ৰকাশ পাই থকা 
আলোচনীখনৰ প্ৰকাশিকা চিম্পী শইকীয়া। জ্ঞান আৰু মনোৰঞ্জনৰ সমাহাৰেৰে 'অসমীয়া মায়া'ই 
চেপ্তেম্বৰ¸ ২০১৭ চনৰ পৰা অনলাইন সংস্কৰণো প্ৰকাশ কৰিছে। অসমৰ বহু লেখক-লেখিকা আৰু 
বিশেষকৈ সাংস্কৃতিক দিশৰ বহু শিল্পীৰ আত্মপ্ৰকাশৰ এক মঞ্চ হিচাপে পৰিগণিত হৈ অহা 
আলোচনীখনৰ শেহতীয়া উল্লেখযোগ্য অৱদান হৈছে 'মায়া প্ৰকাশন'। আলোচনী প্ৰকাশৰ সমানে 
সমানে 'মায়া প্ৰকাশন'-এ উদ্যোগ লৈছে প্ৰতিভাধৰ ন পুৰুষৰ গ্ৰন্থ প্ৰকাশৰ কাম।

যোগাযোগ :
মায়া
তৰাজান¸ এটি ৰোড
(গংগা বিবাহ ভৱনৰ সমীপত)
যোৰহাট ৭৮৫০০১
ফোন:
9435156872
8638278564
9864025485

WhatsApp No : 9954620297

Website : http://www.asomiyamaya.com

Facebook page : 
https://www.facebook.com/MAYA-a-monthly-assamese-magazine-400844959979355



------------------------------------------------------------------------------ 

সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান 
পাৰি ৰাইজৰ মাজত বিলাব লাগে।                            ----  বুলজিৎ বুঢ়াগোহাঁই

-- 
-- 
আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে৷ এই 
দললৈ চিঠি পঠিয়াবলৈ [email protected] লৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা বাহিৰ 
হবলৈ [email protected] লৈ ই-পত্ৰ প্ৰেৰণ কৰক৷ অন্য বিষয়ে দলৰ 
আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷

--- 
You received this message because you are subscribed to the Google Groups "শব্দ 
সংঘ - XOBDO" group.
To unsubscribe from this group and stop receiving emails from it, send an email 
to [email protected].
For more options, visit https://groups.google.com/d/optout.

Reply via email to