It is opening here. Problem might be with you browser Dilipda. Clear Recent
history.


Sushanta Kar

2011/2/22 Dilip Deka <[email protected]>

> This is what I get:
> What am I doing wrong?
> ===========================
>
>
> 404 Error File Not Found
> The page you are looking for might have been removed,
> had its name changed, or is temporarily unavailable.    * If you typed in
> the URL, please check the spelling
>        * You can try to click the Back button and try another link
> Web Hosting provided by Hostmonster.Com
>
> From: Buljit Buragohain <[email protected]>
> To: [email protected]; [email protected];
> [email protected]; [email protected];
> [email protected]; [email protected];
> [email protected]; [email protected]
> Cc: Banajit Pathak <[email protected]>
> Sent: Sunday, February 20, 2011 9:43 PM
> Subject: [Assam] Kuhipar: Assamese Unicode Font ( http://www.kuhipat.org/)
>
> Kuhipar: Assamese Unicode Font ( http://www.kuhipat.org/  )
>
> কুঁহিপাত ফ’ণ্ট
>
> এই চাইতৰ কোনোবা ঠাইত আমি কৈছো কুঁহিপাত ফ’ণ্টতো বাংলা ইউনিকোড ভিত্তিত
> বিকাশিত কৰা অসমীয়া ফ’ণ্ট|অন্য অসমীয়া অথবা বাংলা ফ’ণ্টৰ দৰেই ইয়াকো প্ৰায় সকলো
> window application ত যেনে MS word MS paint online browserত ইয়াক ব্যৱহাৰ কৰিব
> পাৰি|প্ৰয়োজন অনুসৰি সময়ে সময়ে এই বিষয়ে আমি সবিশেষ আলোচনা কৰিবলৈ যত্ন কৰিম|এই
> ফ’ণ্টতো ইন্টাৰনেটত অসমীয়া লিখা অথবা পঢ়াৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিকাশিত
> কৰিবলৈ যত্ন কৰা
> হৈছে, ইয়াৰ অৰ্থ হ’ল এই ফ’ণ্টতো ইন্টাৰনেটত অসমীয়া লিখা অথবা পঢ়াৰ বাবেহে
> উপযুক্ত (অন্তত্ব আমি উপযুক্ত কৰিবলৈ চেষ্টা কৰিছো )| সবিশেষ এই চাইতৰ কোনোবা
> ঠাইত লিখা হ’ব|সাধাৰণতে যিকোনো চাইতৰ আখৰবোৰৰ ছাইজ (font size)১২ থাকে
> সান্মেসিক (by default)ভাৱে, আমাৰ এই ফ’ণ্টতো এই আকাৰতে পঢ়িবলৈ ভাল (best
> readability) বুলি আমি বিবেচনা কৰো|
>
> আমাৰ অসমীয়াৰ লিখাৰ নিজস্ব কিছুমান শৈলী আছে, যেনে, গ+উ কাৰ=গু, ৰ+উ কাৰ=ৰু
> শ+উ কাৰ=শু আদি, ম+ৰ কাৰ=ম্ৰ (সম্ৰাজ্য )অন্য কিছুমান অসমীয়া support থকা
> ফ’ণ্টত এনে কিছুমান আখৰ বা যুক্তাক্ষৰ ভালকৈ দেখা নাযায়| আমাৰ অসমীয়াত ‘স’ ৰ
> লগত উ কাৰ যোগ দিলে ইয়াক দুই ধৰণে লিখা যায় ‘সু’ আৰু ‘স্সু’ , সেয়েহে দুয়োটা
> শৈলী ইয়াত ৰখা হৈছে, কিন্তু ইয়াৰ কিছু সীমা বদ্ধতা আছে, যেনে কোনো প্ৰবন্ধ
> printout অথবা চিত্ৰ হিছাপে
> তৈয়াৰ কৰিবলৈ হ’লে দুয়োটা একেলগে অথবা যিকোনো এটা ব্যৱহাৰ কৰিব পৰা যাব,
> কিন্তু চাইতৰ বাবে লিখিবলৈ হ’লে কিছু ক্ষেত্ৰত প্ৰথমটোহে ব্যৱহাৰ কৰিব পৰা
> যাব,সময়ত এই বিষয়ে বিতং ভাৱে আলোচনা কৰা হ’ব|ভবিষ্যতে আমাৰ দুয়োটা পৃথক কৰি
> দুটা বেলেগ বেলেগ ফ’ণ্ট বিকাশ কৰাৰ পৰিকল্পনা আছে|‘ড্ক’ এইটো আন কিছুমান ফ’ণ্টত
> আমাৰ লিখিবলৈ অসুবিধা হ্য়, ‘ড০’ এনেকৈ লিখা হ্য়, এই ফ’ণ্টত ‘ড্ক’ টো ৰখা
> হৈছে|অলপতে ভাৰত চৰকাৰে ভাৰতীয় মুদ্ৰাৰ প্ৰতীক চিহ্ন জাৰি কৰিছে, আৰু ই এনে
> `ধৰণৰ|কুঁহিপাত ফ’ণ্টত ভাৰতীয় মুদ্ৰাৰ প্ৰতীক চিহ্নটো (`)ৰখা আছে
>
> কুঁহিপাত ফ’ণ্টৰ অসুবিধা সমূহ :--
>
> এই ফ’ণ্টৰ দ্বাৰা আপুনি বাংলা চাইত চোৱাত বা বাংলাত লিখাত অসুবিধা পাব
> পাৰে|বিশেষকৈ বাংলাত লিখিব পৰা নাযাব|আমাৰ অনুৰোধ বাংলা লিখাৰ বাবে অথবা বাংলা
> চাইত চোৱাৰ বাবে বাংলা ফ’ণ্ট ব্যৱহাৰ কৰক|
>
> কেতিয়াবা কিছুমান চাইতত আখৰবোৰৰ মাত্ৰা দেখা পোৱাত অসুবিধা হ্য়, ’ চিহ্নতো
> firefoxত অলপ তলত দেখা যায়| আমি এই অসুবিধা সমূহ আতৰাবলৈ ভবিষ্যতে চেষ্টা কৰিম|
>
> অন্য আসুবিধা সমূহৰ বাবে ফ’ৰামৰ বিশেষ শিতানত চাওক অথবা ফ’ৰামত লিখক|
>
> মুঠৰ ওপৰত আমাৰ লক্ষ্য হ’ল চাইবাৰ ৱৰ্ল্ডত অসমীয়া আখৰবোৰ সঠিক আৰু সুন্দৰ ভাৱে
> তুলি ধৰা|
>
> এই কথা খিনিৰ দ্বাৰা আমি কেতিয়াও কব খোজা নাই যে আমাৰ কুঁহিপাত ফ’ণ্টতো অন্য
> বাংলা অথবা অসমীয়া ফ’ণ্টতকৈ উন্নত অথবা অন্য ফ’ণ্টৰ মানদন্ড সঠিক নহয়|ইয়াত
> কেৱ্ল কুঁহিপাত ফ’ণ্টতৰ সুবিধা অসুবিধাৰ কথাহে কোৱা হৈছে|
>
> Kuhipar: Assamese Unicode Font ( http://www.kuhipat.org/  )
>
>
>
> _______________________________________________
> assam mailing list
> [email protected]
> http://assamnet.org/mailman/listinfo/assam_assamnet.org
> _______________________________________________
> assam mailing list
> [email protected]
> http://assamnet.org/mailman/listinfo/assam_assamnet.org
>



-- 
Sushanta Kar
সুশান্ত কর
তিনসুকিয়া, আসাম

আমার ব্লগগুলি:
http://sushantakar40.blogspot.com
http://ishankonerkahini.blogspot.com
http://ishankonerkotha.blogspot.com
আমার সম্পাদিত 'প্রজ্ঞান'
http://pragyan06now.blogspot.com
http://sites.google.com/site/pragyan06now

"স্বাজাত্যের অহমিকার থেকে মুক্তি দানের শিক্ষাই, আজকের দিনের প্রধান শিক্ষা"
রবীন্দ্রনাথ
_______________________________________________
assam mailing list
[email protected]
http://assamnet.org/mailman/listinfo/assam_assamnet.org

Reply via email to