Gajari (http://gajari.blogspot.in/ ) : the Best of Assamese Jokes .
Gajari Blog is a collection of the best rib-tickling "Assamese Unique Jokes" on the internet. Now indulge in your daily dose of laughter in the matchless Assamese language. Jokes dipped in satirical humor and popular day to day incidents, one liner’s that are bound to prickle your funny bone, Episodes that will crack you up in your saddest day of your life. Edited, maintained and updated by Santanu Changmai. Spread the laughter! http://gajari.blogspot.in/ http://gajari.blogspot.in/2012_05_01_archive.html http://gajari.blogspot.in/2012_08_01_archive.html http://gajari.blogspot.in/2012_09_01_archive.html http://gajari.blogspot.in/2012_10_01_archive.html http://gajari.blogspot.in/2012_11_01_archive.html .............................................................................................................................................. “অতি আনন্দৰ সতে জনাওঁ যে আপোনালোকৰ মৰমৰ গাজাৰী ব্ল’গত এশটা ব্যতিক্ৰমী [Like nowhere else] অসমীয়া কৌতুক/গাজা সন্নিবিষ্ট কৰাৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হৈছে | প্ৰচলিত একঘেয়ামি কৌতুক-ধাৰাতকৈ কিছু ভিন্নস্বাদৰ কৌতুক সম্পাদনা/সৃষ্টি কৰি অসমীয়া পাঠকৰ মনোৰঞ্জনৰ কাৰণেই এই ব্ল’গৰ লাইখুঁটা পোতা হৈছিল | ফেচবুকৰ এক নিচেই সৰু অথচ জনপ্ৰিয় পৰিবাৰ/গ্ৰুপ "গাজাৰী ডট কম"ত [ http://www.facebook.com/groups/gajaridotcom/ ] উত্থাপিত হোৱা কৌতুকসমূহৰ পৰা উত্কৃষ্টখিনি চয়ন কৰি আনি এই ব্ল’গত প্ৰোথিত কৰা হৈছে | ইয়াৰ আঁৰত থকা প্ৰতিগৰাকী দাতা/লেখক/সদস্য এই ব্ল’গৰ মেৰুদণ্ডস্বৰূপ | ভাৰতবৰ্ষৰ বাহিৰেও ৰাছিয়া, আমেৰিকা, কাটাৰ, ইউক্ৰেইন, লাটভিয়া, অ’ষ্ট্ৰেলিয়া, চীন, জাৰ্মেনী, ইজৰাইল, ফ্ৰান্স, জাপান, বাহৰেইন, ইংলেণ্ড, দক্ষিণ কোৰিয়া আৰু অন্যান্য দেশৰ পঢ়ুৱৈ সকলে ইয়াৰ ৰস আস্বাদন কৰি আমাক উত্সাহ প্ৰদান কৰিছে | ধন্যবাদ | হাহঁক আৰু হহুঁৱাওক |” -----Santanu Changmai. ------------------------------------------------------------------------------ সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ যিমান পাৰি ৰাইজৰ মাজত বিলাব লাগে। ---- বুলজিৎ বুঢ়াগোহাঁই _______________________________________________ assam mailing list [email protected] http://assamnet.org/mailman/listinfo/assam_assamnet.org
