Not bad, Buljit. Enjoyed Them. Thanks!

 : )







Sent from my iPad


On Nov 15, 2012, at 7:02 PM, "Buljit Buragohain" <[email protected]> wrote:

> Gajari (http://gajari.blogspot.in/ ) : the Best of Assamese Jokes .
> 
> Gajari Blog is a collection of the best rib-tickling "Assamese Unique Jokes" 
> on the internet. Now indulge in your daily dose of laughter in the matchless 
> Assamese language. Jokes dipped in satirical humor and popular day to day 
> incidents, one liner’s that are bound to prickle your funny bone, Episodes 
> that will crack you up in your saddest day of your life. Edited, maintained 
> and updated by Santanu Changmai. Spread the laughter!
> 
> 
> 
> http://gajari.blogspot.in/
> 
> 
> 
> 
> 
> http://gajari.blogspot.in/2012_05_01_archive.html
> 
> 
> http://gajari.blogspot.in/2012_08_01_archive.html
> 
> 
> http://gajari.blogspot.in/2012_09_01_archive.html
> 
> 
> http://gajari.blogspot.in/2012_10_01_archive.html
> 
> 
> http://gajari.blogspot.in/2012_11_01_archive.html
> 
> ..............................................................................................................................................
> 
> 
> “অতি আনন্দৰ সতে জনাওঁ যে আপোনালোকৰ মৰমৰ গাজাৰী
> ব্ল’গত এশটা ব্যতিক্ৰমী  [Like nowhere else] অসমীয়া কৌতুক/গাজা সন্নিবিষ্ট
> কৰাৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ  হৈছে | প্ৰচলিত
> একঘেয়ামি কৌতুক-ধাৰাতকৈ কিছু ভিন্নস্বাদৰ কৌতুক সম্পাদনা/সৃষ্টি কৰি অসমীয়া 
> পাঠকৰ
> মনোৰঞ্জনৰ কাৰণেই এই ব্ল’গৰ
> লাইখুঁটা পোতা হৈছিল | ফেচবুকৰ এক নিচেই সৰু অথচ জনপ্ৰিয় পৰিবাৰ/গ্ৰুপ "গাজাৰী
> ডট কম"ত [ http://www.facebook.com/groups/gajaridotcom/
> ] উত্থাপিত হোৱা কৌতুকসমূহৰ পৰা উত্কৃষ্টখিনি চয়ন কৰি আনি এই ব্ল’গত প্ৰোথিত 
> কৰা হৈছে | ইয়াৰ আঁৰত থকা প্ৰতিগৰাকী
> দাতা/লেখক/সদস্য এই ব্ল’গৰ
> মেৰুদণ্ডস্বৰূপ |  ভাৰতবৰ্ষৰ বাহিৰেও ৰাছিয়া,
> আমেৰিকা, কাটাৰ, ইউক্ৰেইন, লাটভিয়া, অ’ষ্ট্ৰেলিয়া,
> চীন, জাৰ্মেনী, ইজৰাইল, ফ্ৰান্স, জাপান, বাহৰেইন, ইংলেণ্ড, দক্ষিণ কোৰিয়া আৰু 
> অন্যান্য
> দেশৰ পঢ়ুৱৈ সকলে ইয়াৰ ৰস আস্বাদন কৰি আমাক উত্সাহ প্ৰদান কৰিছে |
> 
> ধন্যবাদ | হাহঁক আৰু হহুঁৱাওক |”  -----Santanu Changmai.
> 
> 
> 
> ------------------------------------------------------------------------------
> 
> সমাজৰ কাৰণে ভাল কাম কৰাজনৰ পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব লাগে আৰু ভাল খবৰবোৰ 
> যিমান পাৰি ৰাইজৰ মাজত বিলাব লাগে।
> 
>                            ----  বুলজিৎ বুঢ়াগোহাঁই
> _______________________________________________
> assam mailing list
> [email protected]
> http://assamnet.org/mailman/listinfo/assam_assamnet.org
_______________________________________________
assam mailing list
[email protected]
http://assamnet.org/mailman/listinfo/assam_assamnet.org

Reply via email to